Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word যখ from অসমীয়া dictionary with examples, synonyms and antonyms.

যখ   বিশেষ্য

Meaning : মোক্ষ বা মুক্তিৰ অভাৱত কোনো মৃত ব্যক্তিৰ আত্মাই ধাৰণ কৰা এক ৰূপ যি সততে কষ্টদায়ক আৰু অমাংগলিক কামবোৰ কৰি ফুৰে বুলি মানুহে বিশ্বাস কৰে:আধুনিক যুগত ভূতৰ কোনো অস্তিত্ব নাই

Example :

Synonyms : অপচ্ছায়া, অপদেৱতা, উপদেৱতা, কন্ধ, কবন্ধ, জীন, দেও, পিশাচ, পেৰেত, প্রেত, ভূত, ভূত-প্রেত

যখ   বিশেষণ

Meaning : যিজনে ধন ভোগ নকৰে, খৰচ নকৰে আৰু কাকো নিদিয়ে:ইমান ধনী হোৱা স্বত্বেও তেওঁ বৰ কৃপণ

Example :

Synonyms : কঞ্জুস, কটকিনা, কাঠ-কুঠাৰ, কুৱাং, কৃপণ, কৰাইচ, গূ-পেৰেত, গূত চাউল ধোৱা, চিকটা কির্পিন, চিপা, চিপিৰা, জিকাজৰী, টানমুঠিয়া, বখিল, বজ্রবটালি, বান্ধকানি, বেতেৰি-চেপা, হাতে শুকোৱা