Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মৰচেওৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

মৰচেওৰা   বিশেষ্য

Meaning : মৃতদেহৰ ওপৰত দিয়া বা মৃতদেহ মেৰিয়াই থোৱা কাপোৰ

Example : কেইজনমান লোকে বৃদ্ধাগৰাকীৰ মৃতদেহটো মৰচেওৰাৰে মেৰিয়াই আছে

Synonyms : কফন, প্রেতাৱৰণ, শৱাচ্ছাদন