Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ কান্তি মাৰ গৈছে
Example : মাকক দেখিয়ে পুতেকৰ ম্লান মুখ উজ্বলি উঠিল
Synonyms : অনুজ্জ্বল, নিষ্প্রভ, মলিন, স্তিমিত
Meaning : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে
Example : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি
Synonyms : অন্যমনস্ক, উদাস, বিৰক্ত
Meaning : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে
Example : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে
Synonyms : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, নিস্তেজ, মলীন, মোলান, শেতা
Install App