Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাৰত মহাসাগৰৰ পৰা বৈ অহা এছাতি বতাহ যি প্রবাহিত হোৱাৰ ফলত ভাৰতত বৰষুণ হয়
Example : এইবাৰ মৌচুমী বায়ু দেৰিকৈ অহাৰ কাৰণে খেতি ভাল নহʼল
Synonyms : মনচুন, মৌচুমী বায়ু
Install App