Meaning : সোণেৰে বনোৱা মুদ্রা
Example :
হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল
Synonyms : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা
Meaning : সোণেৰে তৈয়াৰী মুদ্রা
Example :
তেওঁ ্ সোণাৰীৰ পৰা মোহৰৰ সলনি ধন লʼলে
Synonyms : সোণৰ মুদ্রা
Meaning : সোণ বা ৰূপৰ মুদ্রা
Example :
বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে
Meaning : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য
Example :
টাকশালত টকা-পইচাৰ ছাপ মৰা হয়