Subscribe
URL of the page has been copied to clipboard.
Meaning : অত্যধিক মঙহাল বা ফুলি উঠা শৰীৰৰ লোক
Example : চুমু বীৰসকল বৰ শকত
Synonyms : নোদোকা, লোদোৰ-পোদোৰ, শকত, শকত-আৱত, স্থূলকায়
Meaning : তলৰ পৰা ওপৰলৈকে সমান আকাৰৰ অবয়ব
Example : চালত ডাঠ বৰফ জমা হৈছে
Synonyms : ডাঠ
Install App