Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মৈথিলী from অসমীয়া dictionary with examples, synonyms and antonyms.

মৈথিলী   বিশেষ্য

Meaning : ৰজা জনকৰ পুত্রী তথা ৰামৰ পত্নী

Example : সীতা এগৰাকী ্আদর্শ পত্নী আছিল সীতাক জগত জননী জগদম্বাৰ ৰূপ বুলি ধৰা হয়

Synonyms : জনকনন্দিনী, জানকী, বৈদেহী, ভূপুত্রী, সীতা

মৈথিলী   বিশেষণ

Meaning : মিথিলা ক্ষেত্রৰ বা তাৰ লগত সম্বন্ধীয়

Example : তেওঁ বৰ ধুনীয়া মৈথিলী লোকগীত গায়