Meaning : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
Example :
তেওঁ বিচনাত চাদৰখন মেলি দিলে
Synonyms : পাৰি দিয়া, বিস্তাৰ কৰা, মেলা
Meaning : কোনো বস্তুৰ প্রসাৰিতকৰণ
Example :
তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
Synonyms : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলা