Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মেলা from অসমীয়া dictionary with examples, synonyms and antonyms.

মেলা   বিশেষ্য

Meaning : উৎসৱ-পার্বণ আদিৰ সময়ত বা বস্তু আদিৰ ক্রয়-বিক্রয় বা প্রদর্শনীৰ কাৰণে কোনো স্থানত বহুতো লোক একত্রিত হোৱা কার্য

Example : মাঘী পূর্ণিমাৰ দিনা প্রয়াগত মেলা বহে

Meaning : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে

Example :

Synonyms : উছব, উৎসৱ, মহোৎসৱ, সমাৰোহ

মেলা   ক্ৰিয়া

Meaning : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া

Example : তেওঁ বিচনাত চাদৰখন মেলি দিলে

Synonyms : পাৰি দিয়া, বিস্তাৰ কৰা, মেলি দিয়া

Meaning : কোনো বস্তুৰ প্রসাৰিতকৰণ

Example : তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে

Synonyms : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলি দিয়া