Subscribe
URL of the page has been copied to clipboard.
Meaning : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
Example : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
Synonyms : জুইশলা, দিয়াচলাই, মেচ বক্স
Meaning : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
Example : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
Synonyms : মেৰ
Meaning : দুটা দল বা ভালেমান প্রতিযোগীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা খেল বিশেষ
Example : আমি ভাৰত আৰু শ্রীলংকা মেচ চাই আছোঁ
Install App