Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মৃতপ্রায় from অসমীয়া dictionary with examples, synonyms and antonyms.

মৃতপ্রায়   বিশেষণ

Meaning : যি মৃত্যুৰ একেবাৰ ওচৰত আছে

Example : তেওঁ নিজৰ মৃতপ্রায় বৃদ্ধ দেউতাকৰ যথেষ্ট সেৱা কৰি আছে

Synonyms : মুমূর্ষু, ্মৰণাসন্ন

Meaning : গুৰুতৰ ভাবে আহত বা যি মৃত্যুৰ নিচেই ওচৰত আছে

Example : গাঁওবাসীয়ে চোৰটোক মাৰি-মাৰি আধামৰা কৰিলে

Synonyms : আধামৰা, আধাসাৰি, আসন্নমৃত্যু, ওষ্ঠাগতপ্রাণ, কণ্ঠাগতপ্রাণ, ক্ষীণশ্বাস, জীৱন্মৃত, মুমূর্ষু, মৃতকল্প, মৰণ-কাতৰ, মৰণান্তিক, মৰণোন্মুখ, ্অর্ধমৃত, ্মৰণাপন্ন