Subscribe
URL of the page has been copied to clipboard.
Meaning : ডিঙিত কেশৰ থকা মেকুৰী প্রজাতিৰ আটাইতকৈ বেছি বলবান হিংস্র বনৰীয়া জন্তু
Example : কবিয়ে এই কবিতাটোত শিৱাজীক সিংহৰ লগত তুলনা কৰিছে
Synonyms : কেশৰী, পশুৰাজ, মৃগপতি, মৃগৰাজ, সিংহ
Meaning : সিংহ জাতিৰ মতা
Example : সিংহৰ ডিঙিত দীঘল দীঘল কেশৰ থাকে
Synonyms : কেশৰী, পশুৰাজ, মতা সিংহ, মৃগপতি, মৃগৰাজ, সিংহ
Install App