Subscribe
URL of the page has been copied to clipboard.
Meaning : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব
Example : নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে
Meaning : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
Example :
Synonyms : দাম, দৰ, নিৰিখ, বেচ, ভাও, হাৰ
Meaning : কোনো কথা বা সিদ্ধান্ত মানি লোৱা কার্য ্বা ভাব
Example : পুৰণি মূল্যবোধক আজিৰ প্রজন্মই বিশ্বাস নকৰে
Synonyms : বিচাৰধাৰা, মূল্যবোধ
Meaning : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়
Example : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়
Synonyms : গৌৰৱ, গৰিমা, মহত্ত্ব, মাহাত্ম্য
Meaning : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
Example : হীৰাৰ মূল্য জহুৰীয়েহে জানে
Synonyms : দাম
Install App