Meaning : মুর্গী জাতিৰ মতা
Example :
পুৱাই পুৱাই মুর্গীৰ ডাক শুনি মোৰ টোপনি ভাগিল
Synonyms : মতা কুকুৰা, মতা মুর্গী, মোর্গা
Meaning : কণী দিয়া এবিধ মাইকী চৰাই
Example :
মুর্গীৰ কণী স্বাস্থ্যৰ কাৰণে উপযোগী
Synonyms : মাইকী কুকৰা, মুৰগী