Meaning : যিটো মুদ্রা লিখন যন্ত্রৰে লিখা বা মুদ্রিত কৰা হৈছে
Example :
টাইপ কৰা পত্রখন এবাৰ আপুনি পঢ়ি লওক
Synonyms : টাইপ কৰা
Meaning : যাৰ মুদ্রণ কৰা হৈছে
Example :
এই কিতাপখন চৰকাৰী ছপাশালত মুদ্রিত
Meaning : যʼত মুদ্রা বা মোহৰ লগোৱা হৈছে
Example :
বিষয়াজনে টাইপত মুদ্রিত কাগজৰ ওপৰত চহী কৰিলে
Synonyms : মুদ্রাংকিত, মুদ্রাঙ্কিত