Meaning : সূতা, ৰেচম আদিৰ গুচ্চ
Example :
শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
Synonyms : মুঠা
Meaning : মুঠিত অহা পৰিমাণৰ বস্তু
Example :
তেওঁ ্চাউলৰ পৰা তিনি-চাৰি মুঠি উলিয়াই ভিক্ষাৰীক দিলে
Meaning : হাতৰ আঙুলিবোৰ কোঁচাই হাতৰ তলুৱাত হেঁচি ধৰা হাতৰ মুদ্রা বিশেষ
Example :
লʼৰাটোৱে পইচাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে