Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মুক্তি from অসমীয়া dictionary with examples, synonyms and antonyms.

মুক্তি   বিশেষ্য

Meaning : নিয়মৰ বান্ধোনৰ পৰা কোনো বিশেষ কাৰণত মুক্ত হোৱা কার্য

Example : আমেৰিকাৰ দাসসকলক মুক্তি দিয়াৰ কৃতিত্ব আব্রাহাম লিংকনক দিয়া হয়

Synonyms : অব্যাহতি, নিষ্কৃতি

Meaning : জীৱৰ জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হোৱা অৱস্থা

Example : সৎ লোকৰ মোক্ষ প্রাপ্তি হয়

Synonyms : কৈৱল্য, চিৰনিবৃত্তি, নি্র্বাণ, পৰমগতি, পৰমপদ, পৰমার্থ, পৰিনি্র্বাণ, মহানি্র্বাণ, মোক্ষ, মোক্ষপদ

Meaning : মুক্ত হোৱা অৱস্থা বা ভাব

Example : কালিলৈ মাধৱক জেলৰ পৰা মুক্তি দিয়া হʼব

Synonyms : বন্ধনহীনতা