Meaning : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা
Example :
ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে
Synonyms : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা
Meaning : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
Example :
মাছবোৰ জালৰ পৰা এৰাই গʼল
Synonyms : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা