Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰত বাকলি থকা আৰু উশাহ-নিশাহৰ বাবে গলফুল থকা এবিধ জলচৰ প্রাণী
Example : মাছমৰীয়াজনে সাগৰত মাছ মাৰিছে
Synonyms : মাছ, মৎস্য
Meaning : বাৰটা ৰাশিৰ ভিতৰৰ অন্তিম ৰাশি যʼত ভাদ্রপদ, উত্তৰ ভাদ্রপদ আৰু ৰেৱতী নক্ষত্র আছে
Example : তেওঁৰ ্ৰাশি মীন
Synonyms : মীন ৰাশি
Install App