Subscribe
URL of the page has been copied to clipboard.
Meaning : এটা বস্তুত আন বস্তু বা বিভিন্ন বস্তু ঢালি সকলো একেলগ কৰা
Example : গোৱালে গাখীৰত পানী মিহলায় দোকানীয়ে জালুকত অমিতাৰ গুটি মিলায়
Synonyms : মিলা, মিলোৱা, মিহলা
Meaning : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য
Example : আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ
Synonyms : ঘোলা, মিশ্রিত কৰা, মিহলি কৰা, সংমিশ্রিত কৰা
Install App