Subscribe
URL of the page has been copied to clipboard.
Meaning : এটা বস্তুত আন বস্তু বা বিভিন্ন বস্তু ঢালি সকলো একেলগ কৰা
Example : গোৱালে গাখীৰত পানী মিহলায় দোকানীয়ে জালুকত অমিতাৰ গুটি মিলায়
Synonyms : মিলা, মিলোৱা, মিহলোৱা
Meaning : কিহবাৰ সৈতে মিলি থকা কার্য
Example : তেল পানীত কেতিয়াও নিমিহলে
Synonyms : এক হোৱা, মিশ্রিত হোৱা, মিহলি কৰা, মিহলি হোৱা, সংমিশ্রিত হোৱা
Install App