Subscribe
URL of the page has been copied to clipboard.
Meaning : মিশ্রণ কৰা বা মিহলোৱা কার্য
Example : খেতিয়কে খেতিপথাৰত দিবৰ বাবে সাৰৰ মিশ্রণ কৰি আছে
Synonyms : মিহলি
Meaning : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
Example : কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
Synonyms : সংমিশ্রণ
Meaning : দুই বা ততোধিক বস্তু মিহলাই প্রস্তুত কৰা বস্তু
Example : প্রসাদ এবিধ মিশ্রণ
Synonyms : সংকৰ, সংমিশ্রণ
Install App