Subscribe
URL of the page has been copied to clipboard.
Meaning : মিল হোৱা কার্য ্ বা ভাব
Example : নাটকৰ পৰিসমাপ্তিত নায়ক আৰু নায়িকাৰ মিলন হʼল
Synonyms : মিলা-প্রীতি, সংযোগ, সমন্বয়
Meaning : একতকৈ অধিক বস্তু আদিৰ কোনো এঠাইত মিলোৱা বা লগ লগোৱা কার্য
Example : অম্ল আৰু ক্ষাৰৰ সংযোগত লৱণ তৈয়াৰ কৰা হয়
Synonyms : মিল, যোগ, সংযোগ
Install App