Meaning : এবিধ মিঠা কন্দ বা মূল
Example :
ব্রত পালন কৰিলে মিঠা আলুক ফল হিচাপে খোৱা হয়
Synonyms : মিঠা আলু
Meaning : মাটিত বগাই যোৱা এবিধ লতাগছ, যাৰ কন্দ খাবলৈ মিঠা
Example :
মিঠাআলুৰ খেতিডৰাত খেতিয়কজনে কীটনাশক ঔষধ ছটিয়াই আছে
Synonyms : মিঠা আলু, মিঠাআলুৰ গছ