Subscribe
URL of the page has been copied to clipboard.
Meaning : চেনি আৰু মৌৰ দৰে সোৱাদৰ
Example : এই ফলটো বৰ মিঠা
Synonyms : মধুৰ, মিষ্ট, শার্কৰ, সুমিষ্ট, ্মৌ-সনা
Meaning : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
Example : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
Synonyms : মধুৰ, মিহি, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
Meaning : মন ভাল লগাব পৰা
Example : বিদেশীসকলে কিছুমান মিঠা স্মৃতি আমাৰ মাজত এৰি গৈছে
Synonyms : মধুৰ
Install App