Meaning : যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়
Example :
টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল
Meaning : দৈর্ঘ্য জোখাৰ এক মাপ
Example :
কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব
Meaning : ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ
Example :
মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে
Meaning : যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়
Example :
এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই
Synonyms : গতিমাপক, স্পীডোমিটাৰ