Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো সত্য নহয়
Example : মিছা কথা কোৱা পাপ
Synonyms : অনৃত, অপ্রকৃত, অসত্য, ফাঁকি, ফাকতি, ফাকি-ফুকা, মিথ্যা
Meaning : যি সত্যৰ ওপৰত আধাৰিত নহয়
Example : সাক্ষীৰ মিছা জবানবন্দীত নি্র্দোষীজনৰ ্ ফাঁচী হʼল
Synonyms : অপ্রকৃত, অসত্য, আসৈ, ঝুট, ঝুঠা, ফাকি, মিথ্যা
Meaning : যাৰ কোনো উচিত বা সঠিক আধাৰ নাই
Example : মানুহৰ নিজৰ বিষয়ে মিছা অহংকাৰ থাকে
Synonyms : মিথ্যা
Meaning : যিটো বাস্তৱসন্মত নহয়
Example : তেওঁ ্কাল্পনিক কথাবোৰ সকলোকে শুনাই থাকে
Synonyms : অবাস্তৱিক, অযথার্থ, কল্পিত, কাল্পনিক, খেয়ালি
Install App