Subscribe
URL of the page has been copied to clipboard.
Meaning : খ্রীষ্ট্ধর্মৰ ্প্রচাৰৰ কাৰণে বিভিন্ন ঠাইলৈ যোৱা মিছনৰ সদস্য
Example : ভালেমান মিছনাৰীৰ ওপৰত বলপূর্বক ধর্মান্তৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে
Synonyms : মিছনাৰী, মিছনেৰী
Meaning : খ্রীষ্ট ্ধর্মৰ ্প্রচাৰ কৰা সংস্থা বিশেষ
Example : মিছনৰ বিচাৰ ধাৰাৰে প্রভাৱিত হৈ তেওঁ খ্রীষ্টান ধর্ম গ্রহণ কৰিলে
Synonyms : মিচন, মিচনেৰী, মিছন, মিছনাৰী, মিছনেৰী
Meaning : মিছন সম্বন্ধীয়
Example : তেওঁ মিছনাৰী উদ্দেশ্য পূৰণ কৰিবলৈ বহুত কষ্ট কৰি আছে
Install App