Meaning : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা
Example :
ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে
Synonyms : মাৰাঠী ভাষা
Meaning : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী
Example :
কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু
Synonyms : মহাৰাষ্ট্রী
Meaning : মহাৰাষ্ট্রত থকা বা বসতি কৰা
Example :
সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে
Synonyms : মহাৰাষ্ট্রী
Meaning : যাৰ মাতৃভাষা মাৰাঠী
Example :
তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে
Meaning : মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা
Example :
মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত
Meaning : মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ
Example :
নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে