Subscribe
URL of the page has been copied to clipboard.
Meaning : বহুত মানুহে মাৰধৰ কৰি কৰা কাজিয়া
Example : ছাত্রবোৰৰ উপদ্রৱত অতীষ্ঠ হৈ প্রধান শিক্ষকে অনির্দিষ্ট কাললৈ বিদ্যালয় বন্ধ কৰি দিলে আপোনালোকে অনর্থক ্উৎপাত নকৰিব
Synonyms : উপদ্রৱ, উৎপাত, মাৰ-কিল, হাংগামা, হাঙ্গামা
Meaning : মাৰপিট কৰা কার্য
Example : নি্র্বাচনৰ সময়ত বহুত মাৰ-পিট হয়
Synonyms : মাৰ-পিট
Meaning : হাত-ভৰিৰে টনা-আজোঁৰা কৰি মাৰপিট কৰা কার্য
Example : তেওঁলোক দুজনৰ মাজত তুমুলভাৱে কাজিয়া লাগিল
Synonyms : কাজিয়া
Install App