Subscribe
URL of the page has been copied to clipboard.
Meaning : যি কাৰোবাক হত্যা কৰিছে
Example : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
Synonyms : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
Meaning : মাৰি পেলাব পৰা
Example : তেওঁ ্মাৰণ অস্ত্রৰে বাঘটোক প্রহাৰ কৰিলে
Synonyms : মাৰণ
Meaning : প্রৱল বিষৰ বেগ আদিক মষিমূৰ কৰি তাক নাশ কৰোতা
Example : তেওঁৰ ্মাৰকস মন্ত্রই গুপ্তাদেৱক মৃত্যৰ মুখৰ পৰা বচালে
Meaning : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়
Example : এই বিহখিনি মাৰক ঔষধ
Synonyms : ঘাতক
Install App