Subscribe
URL of the page has been copied to clipboard.
Meaning : এটা সময়ৰ পৰা আৰম্ভ কৰি ত্রিশ দিনৰ সময়
Example : এমাহত এই কামটো হৈ যাব
Synonyms : দুইপক্ষ, মাস
Meaning : নির্দিষ্ট নাম থকা আৰু প্রায় ত্রিশ দিনীয়া বছৰৰ বাৰটা ভাগৰ ভাগবোৰ
Example : তেওঁ ্ অহা মাহৰ বাৰ তাৰিখে আহিব
Synonyms : ত্রিশ দিন, মাস
Meaning : দেহৰ ঠায়ে ঠায়ে চালৰ পৰা ওলাই থকা কʼলা আৰু ৰঙা ৰঙৰ এবিধ গুটিৰ নিচিনা অংশ
Example : তেওঁৰ পিঠিত এটা কʼলা মাহ আছে
Install App