Subscribe
URL of the page has been copied to clipboard.
Meaning : এটা সময়ৰ পৰা আৰম্ভ কৰি ত্রিশ দিনৰ সময়
Example : এমাহত এই কামটো হৈ যাব
Synonyms : দুইপক্ষ, মাহ
Meaning : নির্দিষ্ট নাম থকা আৰু প্রায় ত্রিশ দিনীয়া বছৰৰ বাৰটা ভাগৰ ভাগবোৰ
Example : তেওঁ ্ অহা মাহৰ বাৰ তাৰিখে আহিব
Synonyms : ত্রিশ দিন, মাহ
Meaning : খাদ্য হিচাপে খোৱা পশু-পক্ষী, মাছ আদিৰ দেহাংশ
Example : তেওঁ ্ দোকানৰ পৰা দুই কিলো মাংস কিনিলে
Synonyms : মঙহ, মাংস
Meaning : শৰীৰৰ হাড় আৰু ছালৰ মাজৰ কোমল-লেউসেউ পদার্থ
Example : মঙহাল শৰীৰত মাংস বেছি পৰিমাণে থাকে
Install App