Subscribe
URL of the page has been copied to clipboard.
Meaning : বেতন বা পাৰিশ্রমিকৰ বিনিময়ত কাৰোবাক কার্যালয় বা কাৰখানাত কাম দিওঁতা ব্যক্তি
Example : মালিকে কর্ম্্চাৰীৰ দাবী পূৰণ কৰিবলৈ অমান্তি হʼল
Meaning : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে
Example : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল
Synonyms : অধিপতি, গৰাকী, স্বামী
Meaning : ইছলাম ধর্মত ঈশ্বৰ বুজোৱা নাম
Example : ঈশ্বৰ আৰু আল্লা একেই
Synonyms : আল্লা, আল্লাহ, খুদা
Meaning : ঘৰৰ মূল মানুহ
Example : গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
Synonyms : গৃহপতি, গৃহস্থ, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী
Install App