Meaning : মালাবাৰৰ অধিবাসী
Example :
মন্দিৰত মালায়ালী আয়াপ্পা পূজা বৰ উলহ-মালহেৰে পালন কৰা হৈছে
Synonyms : মালায়ালি
Meaning : মালাবাৰৰ সৈতে সম্বন্ধ থকা বা মালাবাৰৰ
Example :
কথাকলি একপ্রকাৰৰ মালায়ালী লোক-নৃত্য
Meaning : মালাবাৰত থকা বা বসতি কৰা
Example :
শীলাই এজন মালায়ালী লʼৰাৰ সৈতে বিয়াত বহিল