Subscribe
URL of the page has been copied to clipboard.
Meaning : ধুনিয়া ফুলৰ এডাল লতা
Example : মোৰ ফুলনিত মালতীও ফুলি আছে
Synonyms : মধুমালতী
Meaning : এক প্রকাৰৰ সৰু চানেকীয়া বগা ৰঙৰ সুগন্ধি ফুল
Example : তেওঁৰ ঘৰৰ সন্মুখ আহি পোৱাৰ লগে লগে মালতী ফুলৰ সুগন্ধি আহি নাকত লাগেহি
Synonyms : নেৱালি, নেৱালী, নৱমল্লিকা
Install App