Meaning : কাঁচ, মাটি আদিৰে তৈয়াৰী সৰু গোলাকাৰ খেলৰ সামগ্রী, যিটো সৰু লʼৰা-ছোৱালীয়ে খেলি ভাল পায়
Example :
সৰু লʼৰা-ছোৱালীবোৰে মার্বল খেলি আছে
Synonyms : বিৰিংগুটি
Meaning : এবিধ খুউব উজ্জ্বল, ধুনীয়া বগা পাথৰ
Example :
তাজমহল মার্বল ্ পাথৰেৰে নির্মিত
Synonyms : মর্মৰ প্রস্তৰ, মার্বল ্পাথৰ