Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু জোখ বা মাপলোৱা কাম
Example : খেতিডৰাৰ ভাগ-বাটোৱাৰা কৰাৰ কাৰণে তাৰ জোখমাপ কৰা হʼল
Synonyms : জোখ-মাপ, জোখমাপ
Meaning : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়
Example : এইটো এক লিটাৰৰ মাপক
Synonyms : মাপক, মাপক উপকৰণ
Meaning : ভৰ, আয়তন আদি জোখা একক
Example : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে
Synonyms : মাপক
Meaning : জোখ-মাপ কৰা কার্য
Example : মণ্ডলজনে মাপ লোৱাৰ পিছত কার্যালয়লৈ গুচি গʼল
Synonyms : জোখমাপ, নাপ
Meaning : কোনো বস্তুৰ দীঘ, প্রস্থ, উচ্চতা আদি যাক কোনো নির্দিষ্ট দৈর্ঘ্যৰ আধাৰত তুলনা কৰা হয়
Example : সোহনৰ কঁ্কালৰ জোখ ত্রিশ ইঞ্চি
Synonyms : জোখ, জোখ-মাখ, পৰিমাপ
Install App