Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
Example :
Synonyms : মানা, সহা, সহ্য কৰা
Meaning : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা
Example : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ
Synonyms : মনা, স্বীকাৰ কৰা
Install App