Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তুৰ যোগ্যতা, শ্রেষ্ঠতা, গুণাগুণ আদিৰ বিচাৰ কৰিবৰ কাৰণে নিশ্চিত বা স্থিৰ কৰি লোৱা স্্র্ব্্মান্য ৰূপ বা মান
Example : ভাৰতত শিক্ষাৰ মানদণ্ড পূর্বতকৈ যথেষ্ট উন্নত হৈছে
Synonyms : মাপকাঠি
Install App