Meaning : এটা দ্বীপ
Example :
মাদাগাস্কাৰ ভাৰত মহাসাগৰত অৱস্থিত মাদাগাস্কাৰ বিশ্বৰ চতুর্থ বৃহৎ দ্বীপ
Meaning : দক্ষিণ আফ্রিকাৰ এখন দ্বীপ ৰাষ্ট্র
Example :
মাদাগাস্কাৰে ফ্রান্সৰ পৰা ঊনৈশ শ ষাঠি চনত স্বাধীনতা লাভ কৰিছিল
Synonyms : মাদাগাস্কাৰ গণৰাজ্য