Meaning : এবাৰত লোৱা কোনো বস্তুৰ অংশ বা মান
Example :
অধিক পৰিমাণে খোৱাৰ কাৰণে তেওঁ অসুখত পৰিল
Synonyms : পৰিমাণ
Meaning : কোনো অক্ষৰ বা বর্ণত ্লগা সেবৰৰ সূচক ৰেখা বা চিহ্ন
Example :
কি-ত ই-ৰ মাত্রা আছে
Synonyms : স্বৰ মাত্রা