Subscribe
URL of the page has been copied to clipboard.
Meaning : পৃথিৱীৰ একেবাৰে ওপৰৰ ভাগ
Example : সম্পূর্ণ ধৰ্াতল জল আৰু স্থল এই দুই ভাগত বিভক্ত
Synonyms : ধৰাতল, ভূ-তল, ভূ-পৃষ্ঠ, ভূ-ভাগ, স্থলভাগ
Meaning : পৃথিৱীৰ উপৰিভাগত আৰু অন্য ভাগ তথা সকলো ঠাইতে পোৱা যোৱা পদার্থ
Example : ইয়াৰ মাটি বৰ ভাল
Synonyms : ভূমি, মৃত্তিকা, মৃৎ
Meaning : পানী নথকা ভূমি ভাগ
Example : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
Synonyms : থল, ভূ-খণ্ড, ভূ-পৃষ্ঠ, স্থল, স্থলভূমি
Install App