Subscribe
URL of the page has been copied to clipboard.
Meaning : মানৱ জাতিক ভাগ কৰা দুটা ভাগৰ যিটো ভাগে গর্ভধ্াৰণ কৰি সন্তান জন্ম দিব পাৰে:আজিকালি মহিলাই সকলো ক্ষেত্রতে পুৰুষৰ সমানে সমানে কাম কৰিছে
Example :
Synonyms : অবলা, তিৰী, তিৰোতা, নাৰী, মহিলা, মানৱী, স্ত্রী
Meaning : যি মাইকী জাতিৰ হয়
Example : ছাগলী, শিয়ালী, বান্দৰী আদিবোৰ মাইকী
Synonyms : স্ত্রী
Meaning : স্ত্রী জাতিৰ
Example : ছাগলী এবিধ মাইকী চাৰিঠেঙীয়া জন্তু
Install App