Meaning : বেদব্যাসে ৰচনা কৰা সংস্কৃত মহাকাব্য যʼত কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধৰ বর্ণ্্না আছে
Example :
মহাভাৰতৰ অনুবাদ ভালেমান ভাষাত হৈছে
Meaning : কুৰুক্ষেত্রত কৌৰৱ আৰু পাণ্ডৱৰ মাজত হোৱা যুদ্ধ
Example :
মহাভাৰতত ভগৱান কৃষ্ণ অর্জুনৰ ্সাৰথি হৈছিল
Synonyms : মহাভাৰত যুদ্ধ