Subscribe
URL of the page has been copied to clipboard.
Meaning : দুজন পুৰুষ বা দুটা দলৰ মাজত হোৱা প্রতিযোগীতামূলক দ্বন্দ্ব
Example : তাত দ্বন্দ্বযুদ্ধ চলি আছে
Synonyms : দ্বন্দ্বযুদ্ধ
Meaning : দুজন পালোৱানে ইজনে সিজনক মোটোকাই ধৰিবলৈ বা লুটি খুৱাই পেলাবলৈ কৰা যুঁজ
Example : মোহনে কুস্তি খেলিবৰ কাৰণে সদায় কচৰৎ কৰে
Synonyms : কুস্তি, মল্লক্রীড়া, মল্লযুঁজ, মালযুঁজ, মালাড়ি, ৰেচলিং
Install App