Subscribe
URL of the page has been copied to clipboard.
Meaning : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
Example : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
Synonyms : আলয়, আশ্রম
Meaning : যি মন্দিৰত কোনো দেৱতাৰ মূর্তি বা মূর্তি স্থাপন কৰি পূজা কৰা হয়
Example : তেওঁ ্সদায় গা-পা ধুই দেৱালয়লৈ যায়
Synonyms : দʼল, দেৱ-গৃহ, দেৱ-দৌল, দেৱ-মন্দিৰ, দেৱগৃহ, দেৱদৌল, দেৱমন্দিৰ, দেৱালয়, দেৱায়তন, দৌল
Meaning : দেৱ-দেৱী আদিৰ মূর্তি স্থাপন কৰি পূজা-উপাসনা কৰা গৃহ
Example : তেওঁ নিতৌ স্নান কৰি মন্দিৰলৈ যায়
Synonyms : দʼল, দেৱগৃহ, দেৱালয়, দৌল, ধর্মমন্দিৰ
Install App