Meaning : মূল্য বা দাম কম হোৱা কার্য ্বা ভাৱ
Example :
বজাৰত এতিয়া মন্দা অৱস্থা চলি আছে
Synonyms : মন্দা
Meaning : বজাৰত বিক্রী কম হোৱা কার্য ্বা অৱস্থা
Example :
শেয়াৰ বজাৰত হঠাৎ অহা মন্দাৰ কাৰণে তেওঁ বহুত ্লোকচান ভৰিলে
Synonyms : মন্দা