Subscribe
URL of the page has been copied to clipboard.
Meaning : আকাশৰ উত্তৰ-দক্ষিণ দিশত অৱস্থিত তৰাৰ একোটা ডাঙৰ থূপ বা সমষ্টি
Example : আমি তাৰকাগৃহত আকাশীগংগাৰ মনোমোহা দৃশ্য দেখিলোঁ
Synonyms : আকাশীগংগা
Meaning : ধর্মগ্রন্থত ্মোক্ষদায়িনী হিচাপে অভিহিত কৰা ভাৰতবর্ষৰ এখন ্প্রধান নদী
Example : ধর্ম-্শাস্ত্র অনুসৰি ৰজা ভগীৰথে গংগা নদীক ্স্বর্গৰ ্পৰা পৃথিৱীলৈ বোৱাই আনিছিল
Synonyms : গংগা, গংগা নদী, গায়ত্রী, জাহ্নৱী, ভাগীৰথী, মহাভদ্রা
Install App