Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মনোমত from অসমীয়া dictionary with examples, synonyms and antonyms.

মনোমত   বিশেষণ

Meaning : ৰুচিৰ অনুকূল বা ভাল লগা

Example : এইয়া মোৰ পচন্দৰ খাদ্য

Synonyms : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনপচন্দ, ৰুচিকৰ

Meaning : মনলৈ অহা বা মনত হোৱা

Example : কবি মহোদয়ে নিজৰ মনোমত ভাববোৰ কবিতাৰ মাধ্যমৰে শ্রোতাৰ সন্মুখত উপস্থাপন কৰিলে

Synonyms : মনোগত, স্বগত